2021

  

ভাৰতৰ ২০২১ৰ ৰাজ্যিক বিধানসভা নিৰ্বাচন সামৰি সংবাদ যুগুতাবলৈ নিয়োজিত থকা সাংবাদিকসকলক উদ্দেশি চি পি জে’এ এলানি নিৰ্দেশনাৱলী প্ৰকাশ কৰিছে।

সাংবাদিকৰ সুৰক্ষা নিৰ্দেশনাৱলী ভিন্ন ভাষাত উপলব্ধ আছে নিউ য়ৰ্ক, ৮ মাৰ্চ, ২০২১ – ভাৰতৰ অসম, কেৰালা, তামিল নাডু, পশ্চিম বংগ আৰু পুডুচেৰীত অনুস্থিত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচন সামৰি সংবাদ বিস্তাৰৰ সৈতে জড়িত থকা সম্পাদক, সাংবাদিক আৰু ফটো সাংবাদিক সকলক উদ্দেশি সাংবাদিক সুৰক্ষা সমিতি (চমুকৈ চি পি জে)এ এলানি নতুন নিৰ্বাচন কেন্দ্ৰিক সুৰক্ষা নিৰ্দেশনাৱলী যুগুত কৰি…

Read More ›

ভাৰতৰ ৰাজ্যিক বিধান সভা নিৰ্বাচন ২০২১: সাংবাদিকৰ সুৰক্ষা নিৰ্দেশনাৱলী

চলিত ২০২১ বৰ্ষৰ অহা মাৰ্চ, এপ্ৰিল আৰু মে’ মাহত ভাৰতৰ অসম, কেৰালা, তামিল নাডু, পশ্চিম বংগ আৰু পুডুচেৰীত বিধানসভাৰ নিৰ্বাচন অনুস্থিত হ’ব। এই নিৰ্বাচনসমূহ সামৰি সংবাদ যুগুতাবলৈ নিয়োজিত থকা গণসংযোগ মাধ্যমৰ কৰ্মচাৰীসকল যিকোনো ধৰণৰ সম্ভাৱনীয় শাৰীৰিক আঘাত, ভীতিপ্ৰদৰ্শন, আৰু হাৰাশাস্তি; অনলাইন ভাবুকি; ক’ভিড–১৯ সংক্ৰমণৰ আশংকা; গ্ৰেপ্তাৰ অথবা আটক; আৰু প্ৰতিবেদন প্ৰস্তুতকৰণৰ ক্ষেত্ৰত ইন্টাৰনেট একচেছকে ধৰি…

Read More ›